Anubhabi Hiya Lyrics by Karan Das. It is a recently released Assamese Romantic song. This song is composed by Karan Das & Amarendra Kalita. Featuring Rupankar Bharali & Violina Deka.
Anubhabi Hiya Lyrics In Bengali
অনুভৱী হিয়াত তোমাৰেই শিহৰণ
জোনাকী সন্ধিয়াৰ সেমেকা এই মন
উজাগৰি নিশাত তোমাৰে আগমন
জোনাকী আকাশত উমলে এই মন
অনুভৱী হিয়াত তোমাৰেই শিহৰণ
জোনাকী সন্ধিয়াৰ সেমেকা এই মন
উজাগৰি নিশাত তোমাৰে আগমন
জোনাকী আকাশত উমলে এই মন
শৰতৰ প্ৰতিটো সন্ধিয়াত
তোমাৰেই নাচোন
তোমাৰ হাঁহিতেই জীপাল
এহেজাৰ সপোন
তুমি শৰতৰ অচিনাকী সুৰ
বিয়পি যাই বহু দূৰ সুদূৰ
তোমাৰেই নাচোন
এহেজাৰ সপোন
তোমাৰেই নাচোন
এহেজাৰ সপোন
দশোদিশে বিয়পি উভতিবা
হিয়াতে থিতাপি ল’বলৈ
শুনাচোন ৰোৱা কিছু সময়
আছে বহু কথা ক’বলৈ
কিছু কথা প্ৰেমৰ ভাষাৰ
সাঁচি থোৱা বহু আগৰেই পৰা
অনুমতি হ’লে তোমাৰ
উতি যাবো মোৰ মনৰে পৰা
শৰতৰ প্ৰতিটো সন্ধিয়াত
তোমাৰেই নাচোন
তোমাৰ হাঁহিতেই জীপাল
এহেজাৰ সপোন
অনুভৱী হিয়াত তোমাৰেই শিহৰণ
জোনাকী সন্ধিয়াৰ সেমেকা এই মন
উজাগৰি নিশাত তোমাৰে আগমন
জোনাকী আকাশত উমলে এই মন
Anubhabi Hiya Lyrics by Karan Das
Anubhabi Hiyat
Tumarei Khihoron
Junaki Xondhiyar xemeka Eii Mon
Ujagori Nixat
Tumarei Agomon
Junaki Akaxot Umole ei Mon{2}
Xorotor Protitu Xondhiyat
Tumarei Nasun
Tumar Hahite
Jipaal Ehejar Khopun
Tumi xorotor osinaki Xur
Biyopi jai bohu dur xudur
Tumarei Nasun
Ehejar Khopun
Tumarei Nasun
Ehejar Khopun
Doxudixe biyopi ubhotiba
Hiyate thitapi loboloi
Xunasun rua kisu xomoi
Ase bohu Kotha koboloi
Kisu Kotha premor bhakhar
Xasi thua bohu agorei pora
Onumoti hole Tumar
Uti jabo Mur monore pora
Xorotor Protitu Xondhiyat
Tumarei Nasun
Tumar Hahite
Jipaal Ehejar Khopun
Anubhabi Hiyat
Tumarei Khihoron
Junaki Xondhiyar xemeka Eii Mon
Ujagori Nixat
Tumarei Agomon